Posts

অসমীয়া Funny Jokes

 ১. English  অৰ বাহিৰেও আমাৰ অসমীয়াত কিছুমান  শব্দ Silent হৈ থাকে যেনে কোনোবা দুকানী দৰ-দাম কৰাৰ সময়ত কয়  মই আপোনাৰ পৰা বেছিকে পইছা নলও নহও দুকানীয়ে যে চূনা লগাব এই চূনা শব্দটো  কিন্তু Silent  হৈ থাকে । 2. বিয়াৰ দিনা আদাক খূব টেঞ্চনত থকা দেখি বন্দু  পাদাই সুধিলে কি হল অ কিহৰ ইমান টেঞ্চন আজিতো তোৰ বিয়া । আদা- উম বিয়া হয় কিন্তু ঘৰত কম মানুহ যোৱাৰ প্লেনিং চলি আছে । মোক নিয়ে নে নিনিয়ে তাকে চিন্তা কৰিছো  ৩,আদাক বৰফৰ টুকুৰা এটা লৈ একে ৰাহে চাই থকা  দেখি পাদাই সুধিলে অ আদা কি চাই আছ ? আদাই কবলৈ ধৰিলে এই বৰফৰ টুকুৰাটো কোনফালে  লি্ক হৈ আছে তাকে বিছাৰিছো ।। ৪, শৰীৰে কয় ব্যায়াম কৰিব লাগে,কিন্তু আত্মাই কয়  জিলাপী, চিঙাৰা লুচি,পুৰি গুল্লা,ৰচগুল্লা,পৰঠাহে লাগে আমি শৰীৰৰ কথা নুশুনো কিয়নো মাটিৰ শৰীৰ মাটিত  মিলি যাব আমি আত্মাৰ কথা শুনিম যিহেতো আত্মা  অমৰ সেয়ে আত্মাৰ শুনিব লাগিব ।। ৫,এজনী ৯৫ বয়সী মহিলাই T.V ত ইন্টাৰভিও হৈছিল ৰিপোটৰ- মা আপুনি কি খায় ? মহিলা-সুস্থ সবল থকাৰ বাবে বীয়েৰ খাও । ভূক কমাৰ বাবে ৱাইন খাও । ব্লাড প্ৰেশৰ লো হলে ৰেড ৱাইন...