অসমীয়া Funny Jokes
১. English অৰ বাহিৰেও আমাৰ অসমীয়াত কিছুমান
শব্দ Silent হৈ থাকে যেনে
কোনোবা দুকানী দৰ-দাম কৰাৰ সময়ত কয়
মই আপোনাৰ পৰা বেছিকে পইছা নলও নহও
দুকানীয়ে যে চূনা লগাব এই চূনা শব্দটো কিন্তু Silent
হৈ থাকে ।
2. বিয়াৰ দিনা আদাক খূব টেঞ্চনত থকা দেখি বন্দু
পাদাই সুধিলে কি হল অ কিহৰ ইমান টেঞ্চন আজিতো তোৰ বিয়া ।
আদা- উম বিয়া হয় কিন্তু ঘৰত কম মানুহ যোৱাৰ প্লেনিং
চলি আছে । মোক নিয়ে নে নিনিয়ে তাকে চিন্তা কৰিছো
৩,আদাক বৰফৰ টুকুৰা এটা লৈ একে ৰাহে চাই থকা
দেখি পাদাই সুধিলে অ আদা কি চাই আছ ?
আদাই কবলৈ ধৰিলে এই বৰফৰ টুকুৰাটো কোনফালে
লি্ক হৈ আছে তাকে বিছাৰিছো ।।
৪, শৰীৰে কয় ব্যায়াম কৰিব লাগে,কিন্তু আত্মাই কয়
জিলাপী, চিঙাৰা লুচি,পুৰি গুল্লা,ৰচগুল্লা,পৰঠাহে লাগে
আমি শৰীৰৰ কথা নুশুনো কিয়নো মাটিৰ শৰীৰ মাটিত
মিলি যাব আমি আত্মাৰ কথা শুনিম যিহেতো আত্মা
অমৰ সেয়ে আত্মাৰ শুনিব লাগিব ।।
৫,এজনী ৯৫ বয়সী মহিলাই T.V ত ইন্টাৰভিও হৈছিল
ৰিপোটৰ- মা আপুনি কি খায় ?
মহিলা-সুস্থ সবল থকাৰ বাবে বীয়েৰ খাও ।
ভূক কমাৰ বাবে ৱাইন খাও ।
ব্লাড প্ৰেশৰ লো হলে ৰেড ৱাইন খাও ।
যদি ব্লাড প্ৰেশাৰ হাই থাকে তেন্তে স্কাচ খাও ।
কেতিয়াবা আকৌ কফ্ বহি গলে ৰম বা ব্ৰাণ্ডী খাই দিও ।
ৰিপোটৰ-মা আপুনী কেতিয়া পিয়ে ?
মহিলা- সোনটো মোৰ ইমান বিমাৰ কেতিয়াও হোৱা নাই
নহয় যে মোৰ পানী খাব লাগিব ।।।
৬, পন্ডিতে কুণ্ডলী মিলাই কলে সকলো ঠিক আছে
আৰ্ু মিলী গল তেনে সময়ত লৰাৰ ঘৰৰ মানুহে বিয়া
কৰাব নোৱাৰে বুলি কোৱাত কাৰণ সুধিলে লৰা ঘৰৰ
মানুহে কলে আমাৰ লৰা কিমান হাৰামী কিমান লম্পত
আমি জানো আৰু নতুন কে তেনে স্বভাবৰ মানুহ আমি
সয্য কৰিব নোৱাৰিম So ক্ষমা কৰিব ।।
৭,এজন মদাহীয়ে অভাৰ মদ খাই থকা দেখি মদাহীৰ
বন্দু তাৰ ওচৰলৈ গৈ সুধিছিল
বন্দু- তুমি ইমান বেছিকে মদ্ কিয় খাই আছা ??
মদাহী- কি কৰিম আৰু মজবুৰী আছে ।
বন্দু-কি মজবুৰী ?
মদাহী-মানে বটলৰ সাফৰটো হেৰালো ।।
৮,এজন মাস্টৰৰ ঘৰত এদিন লগৰে ৭ মাস্টৰ আলহী
খাব গৈছিল...
মাস্টৰৰ পত্নীয়ে মাস্টৰক কৈছিল,ঘৰত চেনী নাই চাহ
কেনেকে বনাম ?
মাস্টৰে পত্নীক কলে চিন্তা নকৰিবা তুমি এনেকেই চাহ
বনাই লৈ আহা বাকী মই চাম । কথামতে পত্নীয়ে চাহ
বনাই লৈ অহাত মাস্টৰে আলহীক কলে এয়া লওক চাহ
আৰু হা কথা এটা যি জনে চাহত নিমখীয়া ৰা মিঠা কম
পাব আমি সকলোৱেই আহাকালী তাৰ ঘৰত আলহী
খাব যাম ।
সকলো মাস্টৰে হাহি হাহি চাহৰ গুন গান গাই খাই
থাকোতে এজনে কৈ ওঠিল ইমান মিঠা চাহ ভয়েই
লাগিছে যদি মোক ডাইবেটিস্ট হৈ যায় ।।।
৯ প্ৰেমী আৰু প্ৰেমিকাৰ বা'তা
প্ৰেমী- জানু তোমাৰ কাৰণে মই সকলো কৰিব পাৰিম
তোমাৰ অবিহণে মই জীয়াই থাকিব নোৱাৰীম ।
প্ৰেমীকা-অ সচানে ?
প্ৰেমী- তোনাক নাপালে এই লাইন মই বেলেগকো কব পাৰিম ।।।
১০, এজন লৰাই এজনী ছোৱালীক প্ৰপোচ কৰিছিল
Hi sweetheart i fell in love with you
the moment i saw you.
Will you merry me ?
ছোৱালী- মই ইংৰাজী নাজানু অসমীয়াত কোৱা ।
লৰা-একো নাই বাইদেও মই খালী সুধিছিলো ওচৰত
হস্পিতাল আছে নেকি !!
১১, মোৰ সপোনটো একেবাৰে black and white
কৰি দিছে ।
লগৰীয়া- কি হল অ !
কি আৰু কম মানে মোৰ Girlfriend জনীয়ে আজি
বিনা make up ত ফটো পঠাই দিছে
লগৰীয়া- সব'নাশ ।।।।
১২, ছোৱালীৰ বিয়াৰ দিনা পুৰনা লাভৰ সাজি কাচি
আহিছিলে সকলোৱে দখি সুধিছিল আপুনীয়ে দৰা নে
ল'ৰাই উত্তৰত কলে নাই নাই মই ছেমিফাইনলত হাৰি
গৈছিলো আৰু আজি ফাইনল বুলি চাব আহিলো ।।
১৩,আদাই ৪ মিটাৰ লম্বা পাইপত চিগাৰেট সুপি আছিল
পাদা- এই আদা এনেকে কোনোবাই চিগাৰেট খাই নেকি কি হৈছে তোৰ ।
আদা- হে নকবি আৰু ডক্টৰে চিগাৰেটৰ পৰা দূৰত থাকিব দিছে যে ।।
১৪, আদা আৰু পাদাই দিল্লী যাও বুলি ৰেলত বহিছিল
পাদাই পানী বটল এটা আনো বুলি ওচৰৰ দুকান লৈ
যোৱাত ৰেলৰ হ'ন বাজিল ।আদাই ৰেল এৰিল বুলি
চিঞৰি চিঞৰি মাতিব ধৰিলে,পাদা পাদা পাদা
ৰেলত থকা বিহাৰী এটা শুনি কবলৈ ধৰিলে আল্লা কী
কসম মেনে নেহী পাদা ।।
১৫,আদাই পাদাক কৈছিল মোৰ ওপৰেদি যদি ৰেল ও
যাই মোৰ একো নহই
পাদা- অ হই নেকি !
আদা- yes তই নাজান আজিলৈকে মোৰ ওপৰেদি
কিমান ডাঙৰ ডাঙৰ উৰাজাহাজ গল মোৰ নোম
এডালো লৰাব নোবাৰীলে ।
১৬,আদাই তাৰ পত্নীক সুধিছিল, মই যদি মৰি যাও তুমি
কি কৰিবা ?
পত্নী- মই মোৰ ভন্টীৰ সৈতে থাকিম ।আৰু যদি মই মৰি
যাও আপুনি কি কৰিব ?
আদা-মইনো কি কৰিব পাৰিম , ময়ো তোমাৰ ভন্টীৰ
সৈতে থাকি তোমাৰ সপোনটো পূৰণ কৰিম ।।
১৭,আদাৰ পত্নীয়ে আদাক সুধিছিল মই যদি মৰি যাও
আপুনী কি কৰিব ?
আদা- ময়ো মৰি যাম ।
পত্নী-(আবেগেৰে) কিয় ?
আদা- ইমান সুখ মই কন্ট্ৰল কৰিব নোৱাৰিম ।।
১৮,আদাই চিঞৰি চিঞৰি দৌৰিছিল আৰু কৈছিল
বচাওক মোক বচাওক ।
পাদা- কি হল অ ?
আদা-যেতিয়াৰ পৰা মই ছোৱালীজনীক চাই কৈছিলো,
দিল ছিৰ কে দেখ তেৰা হি নাম হোগা তেতিয়াৰ পৰা
ছূৰী লৈ কাটি চাবৰ বাবে মোক দৰোৱাই আছে ।।।
১৯,যদি আপোনাক কোনোবাই পাগল,মূ'খ,গাধ অকৰা
বুলি কয় মন বেয়া নকৰিব বা দুখ কৰি ভাগি নপৰিব
সাহসেৰে কাম কৰিব অকলসৰে ঠাণ্ডা মগজূৰে চিন্তা
কৰিব আৰু ভাবিব সি কেনেকে গম পালে ।।
২০,আদাই খুব স্পীডত বাইক চলাই আছিল ।
পিছফালে বহি থকা পাদাই সুধিলে কি হল অ
আদা-ব্ৰেক ফেইল হৈ গৈছে ।
পাদা- লাহে চলা নহলে এস্কিডেন্ট হৈ যাব
আদা- সেইকাৰনেই তো স্পীডত চলাই এস্কিডেন্ট হোৱাৰ
আগত ঘৰ পাব লাগে বুজিলী পাগল ।।
২১, ঐ পাদা কচোন গান্ধীজী যে সকলো নোটটে হাহি
থাকে কাৰণ টো কি ?
পাদা- আৰে তই এটা মস্ত গাধ কান্দিলে নোটটো তিতি
যাব যাৰ ফলত সহজে চিঙি যাব ।চিঙা নোট নচলিব
নহয় ।।
২২,পাদা পুলিচ স্টেনলৈ এজাহাৰ দিব গৈছিল ,
পাদা- ছাৰ কালি ৰাতি মোৰ ঘৰত চূৰে সুমাই টি,ভি টোৰ
বাহীৰে যিমান পালে মানে উদঙাই নিলে ।
পুলিচ-টিভিটো নিনিলে মানে বুজা নাই !
পাদা- ছাৰ মানে তেতিয়া মই টিভি চাই আছিলো ।।
২৩,শিক্ষকে আদাক দহিৰ ইংৰাজী সুধিছে
আদা-য়েচ ছাৰ ১ মিনিট কৈছো ,মিল্ক স্লিপিং এট নাইট
মৰনীং বিকেম ভেৰী টাইট ডেট ইজ দহি ।।
২৪,এবাৰ এজন মীয়া গাৱলীয়া মানুহ পুলিচ স্টেনলৈ
কেচ্ দিব গৈছিল ।
গাৱলীয়া-ছাৰ কালি ৰাতি মোৰ ঘৰত চুৰ সোমাই সকলো
মাল-পত্ৰ লৈ গল
পুলিছ-ৱাট ইউ ছে আই ডন্ট আন্ডোস্টেন্ট টেল মী ইংলিছ
গাৱলীয়া- ছাৰ. কাতিং দা বাচেৰ বেৰা ডুকিং দা চূৰ
টেক্ং দা মাল-পত্ৰ আউট অফ দা দৌৰ ।
পুলিচ- ৱাট ইজ বাচেৰ বেৰা ।
গাৱলীয়া- চাৰ বাম্বু আৰা আৰা চাৰ বাম্বু খাৰা খাৰা মাজ
খানে পেৰেক মাৰা ডেচ্ছ কল বাচেৰ বেৰা ।।
২৫,আদা আৰু পাদা অʼল্ড টোৰত ইংলেণ্ড লৈ গৈ খাবৰ
বাবে হোটেলত গৈছিল ।ওৱেটাৰ আহি সুধিছিল ৱাট ইউ
ৱান্ট ছাৰ ,ৱাডৰ প্লিচ্ ?
আদা,পাদাৰ বেলেগ খাব মন গৈছিল কিন্তু কব
নোৱাৰিব বুলি লাহেকে কলে ইগ মাডাৰ বিৰীয়ানী ।।
২৬,আদাই এদিন নদীত নেমু চেপী থাকোতে পাদাই
দেখিলে আৰু কব ধৰিলে এনে কান্ড বিহীন কাম মূৰত
একোৱেই নাই সেইকাৰণে মানুহে আমাক লৈ ধেমালী
কৰে এতিয়া ক ইমানসোপা শ্বৰবত কোনে খাব ।।
২৭, এদিন ভীক্ষাৰী এটাই মানুহ এজনক পইচা খুজিছে
দাদা দাদা ২০ টকা এটা দিয়ক চাহ খাম ।
ভদ্ৰ মানুহ- কিন্তু ভাই চাহৰ দাম ১০ টকাহে ।
ভীক্ষাৰী- দাদা মোৰ লগত গাʼল্ডফ্ৰেন্ড ও আছে ।
ভদ্ৰ মানুহ- ৱাঃ ৱাঃ ভীক্ষাৰী হৈও গা্ল্ডফ্ৰেন্ড বনালী ।
ভীক্ষাৰী-নাই ছাৰ গা্ল্ডফ্ৰেন্ড হে ভীক্ষাৰী বনালে ।।
২৮,আদাই পাদাক সুধিলে আই এম গয়ীং ৰ মানে কি
পাদা- মই গৈ আছো ।
আদা-নাই নাই নহব সবেই এনেকে কৈয়েই গৈ আছে
তোক আৰু যাব নিদিও ।আগতে ইয়াৰ মানে কৈ যা ।।
29,আজি ডিচকভাৰী চেনেল ত ৯০ মিটাৰ দীঘল সাপ
দেখাব তই নেদেখ নেকী ?
নাই মই দেখিব নোৱাৰীম মোৰ টিভি টোৱেই মাত্ৰ ২৮ ইঞ্চ
৩০,আৰে আদা তোৰ বেষ্ট ফ্ৰেন্ড পাদা মৰিছে তই যোৱা
নাই ।
নাই মই নাযাও কেনেকে যাম সি তো মোক মাতাই নাই
৩১,আদাই ছোৱালী এজনীক আই লভ ইউ বুলি কোৱাত
ছোৱালীজনীয়ে এটা থাপ্পৰ লগালে আৰু কলে কি কলি
আদা কান্দি কান্দি কবলৈ ধৰিলে শুনা নাই যেতিয়া
থাপ্পৰ কিয় মাৰিলে ।।
৩২,অফিচত পাদাই আদাক কলে মই আহি থাকোতে
আপোনাৰ বন্দু এজনে আপোনাৰ পত্নীক চুমা খাই থকা
দেখিছো । আদাই দৌৰী ঘৰত গৈ চাই ঘূৰী আহী পাদাক
থাপ্পৰ মাৰি কলে সেইটো মোৰ বন্দু নহয় ।।
৩৩,আদা বাছত গৈ থাকোতে আগৰ জনৰ জেপত হাত
সোমাই মেচ লৈ চিগাৰেট জ্বলাই আকৌ পকেটত ৰাখি
থলে । আগৰজনে আদাক কলে আপোনাক মেচেই
লাগে যদি সুধিব পাৰিলেহেতেন , আদাই কলে মই
অচিনাকী মীনুহৰ লগত কথা নাপাতো ।
৩৪,আদা বাছৰ ভাডা দিওতে তাৰ মানীবেগৰ পৰা
পা'চপট চাইজ ফটো তলত পৰিল তেনে সময়ত
এগৰাকী মহীলা শ্বাৰী পিন্ধি তাত থিয় হল ।
আদা মহীলাৰ ওচৰত গৈ কলে মেডাম শ্বাৰীটো ওপৰত
উঠাওক ফটো তুলিব লাগিব । খালে আৰু পিটন. ।।
৩৫, আদা - ৰাতি এজনে মোক ছূৰী দেখূৱাই সব লুটি লৈ গল ।
পাদা- কিন্তু তোৰ হাতত তো বন্দুক আছিল ।
আদা- আৰে মই বন্দুক টো লুকুৱাই দিলো নহলে বন্দুক
ও লৈ গল হেতেন । মই কি চালাক ।।
৩৬, শিক্ষক এজনে ছাত্ৰৰ প্ৰশ্নৰ উত্তৰ শুনি অচেতন
হৈ পৰি গৈছিল ।
শিক্ষক- ক আকবৰৰ জন্ম কেতিয়া হৈছিল !
ছাত্ৰ - ছাৰ মই স্কুল পঢিবৰ বাবে আহিছো ডেলিৱৰী
কৰিবৰ বাবে আহা নাই নহয় ।।
৩৭,ৱালত লিখা আছিল ইয়াত কুকুৰে পেচাপ কৰে
আদা তাত পেচাপ কৰি হাহি কবলে ধৰিলে এইটো হৈছে
মোৰ দিমাগ পেচাপ মই কৰিছো বদনাম কুকুৰৰ হব ।।
৩৮,আদাই মদ খাই কান্দি আছিল ।
পাদাই সুধীলে কিয় ইমান কান্দছ ।
আদাই কলে যাক পাহৰাৰ কাৰণে মদ খাইছিলো তাইৰ
নামটো মনত পৰা নাই।।
৩৯,শিক্ষক- কোৱা চন্দ্ৰত প্ৰথম ভৰী দীয়া ব্যক্তি কোন ?
আদা-নীল আম' স্টংগ
শিক্ষক- গুদ,আৰু দ্বিতীয় ভৰী ?
আদা- নীল আম' স্টংগ এই তেখেত লেংৰা নাচিল নহয় ।
৪০,পাদাই ব্লাড টেস্ট কৰাত ৰিপোত A+আহিল ।
ৰিপোত চাই কবলে ধৰিলে সফলতা তো মোৰ তেজতো
ভৰি আছে ,তেন্তে কিহৰ কাৰণে ৰিজাল্ট C গ্ৰেড আহিল
৪১ মদাহী এজনে মদ খাই আইনাৰ সম্নুখত ৰৈ নিজৰ
ছবীটোক চাই চিন্তা কৰিছিল ইয়াক চিনী পাও পাও
যেন লাগিছে কৰোতে কবলে ধৰিলে ইয়েই সেই হাৰামী
যি জন তাৰ বিয়াত তাৰ পত্নীৰ কাষত থিয় হৈ আছিলে ।
৪২,আদা স্কুললৈ এটা বগা আৰু এটা কলা জুতা পিন্ধি
গৈছিল শিক্ষকে কলে ঘৰত যোৱা আৰু জুতা যোৰ
বদলাই আহা ।আদাই কলে লাভ নাই ছাৰ ঘৰতো
তেনেকে এটা বগা এটা কলা জুতা পৰি আছে ।
৪৩, বিদেশৰ পৰা আহি পাদাই নিজৰ পত্নীক সুধিছিল,
মোক বিদেশীৰ দৰে লাগে নেকী
পত্নী- নাই তেনেকুৱা তো একো নালাগে
পাদা- তেন্তে তাত মোক কিয় সুধিছিল মই বিদেশী নেকী ।
৪৪,আদা আৰু পাদা দুয়ো ভাই ককাই আছিল
শিক্ষক- তোমালোক দুয়ো দেউতাকৰ নাম বেলেগ
বেলেগ কিয় লিখিছা ?
আদা পাদা- নহলে বাইদেও আপুনী ভাবিব আমি নকল
কৰিছো বুলি ।।
৪৫, পাদাৰ মাক বীমাৰ হোৱাত হস্পিতললৈ লৈ গল
ডক্টৰে কলে এতিয়া Test হব
পাদা চিঞৰী চিঞৰী কান্দি কবলে ধৰিলে হে ভগৱান
কি হব এতিয়া মোৰ মায়ে তো লিখা-পঢা কৰাই নাই ।
৪৬, পাদা-- নিজৰ ঘৈনীয়েকক সুধিছিল মই যদি মৰি
থাকো তুমি কি কৰিবা
ঘৈনীয়েক--আপুনী মৰীলে মই মোৰ ভন্টীৰ লগত থাকিম।
আৰু যদি মই আপোনাৰ আগত মৰো আপুনী কি কৰিব
পাদা--মইনো আৰু কি কৰিব পাৰিম ময়ো তোমাৰ
ভন্টীৰ সৈতে থাকি যাম ।।
Talented boy nice keep it up bro
ReplyDelete